প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ ত চোৰাং চিকাৰ শূন্যৰ ঘটনাক লৈ অসমত গঁড় সংৰক্ষণৰ অৰ্থে ৰাজ্যবাসীৰ প্ৰয়াসক প্ৰশংসা কৰিছে।
অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;
“এয়া বৰ ভাল খবৰ! গঁড় সুৰক্ষাৰ নিদৰ্শন দাঙি ধৰা আৰু অতিশয় সক্ৰিয় প্ৰচেষ্টা গ্ৰহণ কৰা অসমৰ জনসাধাৰণক অভিনন্দন জনালো।”
***
DS/TS/SB
This is great news! Compliments to the people of Assam, who have shown the way and been proactive in their efforts to protect the rhinos.