Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শ্ৰী গুৰু তেগ বাহাদুৰজীৰ শ্বহীদ দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী গুৰু তেগ বাহাদুৰজীৰ শ্বহীদ দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;

“শ্বহীদ দিৱসত মই শ্ৰী গুৰু তেগ বাহাদুৰজীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। নীতি আৰু আদৰ্শৰ প্ৰতি সাহস আৰু অটল অংগীকাৰৰ বাবে তেওঁক বিশ্বজুৰি প্ৰশংসা কৰা হয়। অত্যাচাৰ আৰু অন্যায়ৰ সন্মুখত তেওঁ কেতিয়াও শিৰনত কৰা নাছিল। তেওঁৰ শিক্ষাই আজিও আমাক অনুপ্ৰাণিত কৰি আহিছে।”

 

***

DS/ST/KG