Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে দাতো ছেৰি আনোৱাৰ ইব্ৰাহিমক মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাত অভিনন্দন জনায


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দাতো ছেৰি আনোৱাৰ ইব্ৰাহিমক মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাত অভিনন্দন জনাইছে।

এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে;

“মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাত দাতো ছেৰি আনোৱাৰ ইব্ৰাহিমক অভিনন্দন। মই ভাৰত-মালয়েছিয়া সংবৰ্ধিত ৰণনীতিগত বুজাবুজিক অধিক শক্তিশালী কৰিবলৈ একত্ৰিতভাৱে কাম কৰাৰ প্ৰতি আশাবাদী।”

***

DS/SH