Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিশিষ্ট গণিতজ্ঞ আৰু পদ্মশ্ৰী সন্মান প্ৰাপক শ্ৰী আৰ এল কাশ্যপৰ দেহাৱসানত প্ৰধানমন্ত্ৰীৰ শোক


বিশিষ্ট গণিতজ্ঞ আৰু পদ্মশ্ৰী সন্মান প্ৰাপক শ্ৰী আৰ এল কাশ্যপৰ দেহাৱসানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

এই সন্দৰ্ভত প্ৰকাশ কৰা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;

“শ্ৰী আৰ এল কাশ্যপ এগৰাকী বহুমুখী প্ৰতিভাসম্পন্ন আৰু মহান পণ্ডিত। তেওঁ সমৃদ্ধ গণিতীয় আৰু বৈজ্ঞানিক জ্ঞানৰে পৰিপুষ্ট আছিল। ভাৰতৰ সাংস্কৃতিক মূলক লৈ তেওঁ সদায়ে গৌৰৱ বোধ কৰি অহাৰ লগতে বৈদিক অধ্যয়নৰে নিজৰ এক সুকীয়া পৰিচিতি গঢ়িব খুজিছিল। তেওঁৰ মৃত্যুৱে বাৰুকৈয়ে ব্যথিত কৰিছে। পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। ওঁম শান্তি।

 

****

DS/ST/KB