Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰাৰ বাবে ড০ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ক অভিনন্দন জনায


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰাৰ বাবে ড০ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

“ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰাৰ বাবে ড০ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ক অভিনন্দন জনাইছো। এক ফলপ্ৰসূ কাৰ্যকালৰ বাবে মই তেওঁক শুভেচ্ছা জনাইছো।”

***

DS/ST/MS