প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল বিধানসভাৰ সদস্য জাম্বে তাছিৰ দেহাৱসানত শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰেঃ
“জাম্বে তাছি জীৰ অকাল মৃত্যুত শোকাহত হৈছো। তেওঁ সমাজ সেৱাৰ প্ৰতি স্বকীয় আগ্ৰহেৰে আদৰ্শ দেখুৱাই থৈ গৈছে। তেওঁ অৰুণাচল প্ৰদেশৰ প্ৰগতিৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছিল। মই দুখৰ এই মুহূৰ্তত তেওঁৰ পৰিয়ালবৰ্গ আৰু সমৰ্থকসকললৈ সমবেদনা জনালো। ওম মণি পদমে হুম। @PemaKhanduBJP”
Pained by the untimely demise of Shri Jambey Tashi Ji. He was a promising leader who was passionate about serving society. He worked hard for Arunachal Pradesh’s progress. In this sad hour, my thoughts are with his family and supporters. Om Mani Padme Hum. @PemaKhanduBJP
— Narendra Modi (@narendramodi) November 2, 2022
***
DS/SB