প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ সাধাৰণ নিৰ্বাচনত সফলতা লাভ কৰাৰ বাবে বেঞ্জামিন নেতান্যাহুক অভিনন্দন জনায়৷
প্ৰধানমন্ত্ৰীয়ে ভাৰত-ইজৰাইলৰ কৌশলগত অংশীদাৰিত্বক অগ্ৰাধিকাৰ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী য়াইৰ লেপিডকো ধন্যবাদ জ্ঞাপন কৰে৷
টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,
“নিৰ্বাচনত লাভ কৰা সফলতাৰ বাবে মোৰ বন্ধু @netanyahuক মাজেল টোভ৷ ভাৰত-ইজৰাইলৰ কৌশলগত অংশীদাৰিত্ব গভীৰ কৰাৰ বাবে আমাৰ যৌথ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ মই আগ্ৰহী।”
“ভাৰত-ইজৰাইলৰ কৌশলগত অংশীদাৰিত্বৰ প্ৰতি আপোনাৰ অগ্ৰাধিকাৰৰ বাবে @yairlapidক ধন্যবাদ জনাইছো। আমাৰ জনসাধাৰণৰ পাৰস্পৰিক লাভৰ বাবে আমাৰ ফলপ্ৰসূ ধাৰণা বিনিময় অব্যাহত ৰাখিব বুলি আশা কৰিছো।”
Mazel Tov my friend @netanyahu for your electoral success. I look forward to continuing our joint efforts to deepen the India-Israel strategic partnership.
— Narendra Modi (@narendramodi) November 3, 2022
***
DS/ST/DB
Thank you @yairlapid for your priority to the India-Israel strategic partnership. I hope to continue our fruitful exchange of ideas for the mutual benefit of our peoples.
— Narendra Modi (@narendramodi) November 3, 2022
תודה לך @yairlapid על תרומתך החשובה לשותפות האסטרטגית של הודו וישראל. אני מקווה להמשיך את חילופי הרעיונות הפוריים שלנו לתועלת ההדדית של עמינו.
— Narendra Modi (@narendramodi) November 3, 2022
Mazel Tov my friend @netanyahu for your electoral success. I look forward to continuing our joint efforts to deepen the India-Israel strategic partnership.
— Narendra Modi (@narendramodi) November 3, 2022
מזל טוב ידידי @netanyahu על הצלחתך בבחירות. אני מצפה להמשיך במאמצים המשותפים שלנו להעמקת השותפות האסטרטגית בין הודו וישראל.
— Narendra Modi (@narendramodi) November 3, 2022