প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আটাইতকৈ গধুৰ উৎক্ষেপণ বাহন এলভিএম৩ৰ সফল উৎক্ষেপণৰ বাবে ভাৰতীয় মহাকাশ সংস্থা ক্ৰমে এনএছআইএল, ইন-স্পেচ আৰু ইছৰোক অভিনন্দন জনায়৷
টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়,
বিশ্ব সংযোগৰ বাবে নিৰ্ধাৰিত ৩৬টা ৱানৱেব উপগ্ৰহৰ সৈতে আমাৰ আটাইতকৈ গধুৰ উৎক্ষেপণ বাহন এলভিএম৩ সফল উৎক্ষেপণৰ বাবে @NSIL_India, @INSPACeIND, @ISROক অভিনন্দন জনাইছো৷ এলভিএম৩য়ে আত্মনিৰ্ভৰতাৰ উদাহৰণ দাঙি ধৰাৰ লগতে বিশ্ব বাণিজ্যিক উৎক্ষেপণ সেৱা বজাৰত ভাৰতৰ প্ৰতিযোগিতামূলক শক্তি বৃদ্ধি কৰিছে৷”
Congratulations @NSIL_India @INSPACeIND @ISRO on the successful launch of our heaviest launch vehicle LVM3 with 36 OneWeb satellites meant for global connectivity. LVM3 exemplifies Atmanirbharta & enhances India’s competitive edge in the global commercial launch service market.
— Narendra Modi (@narendramodi) October 23, 2022
***
DS/ST/DB