প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদ ভৱনত প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম বাৰ্ষিকী উপলক্ষে তেখেতলৈ পুষ্পাঞ্জলি অৰ্পণ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইদৰে টুইট কৰেঃ
“প্ৰধানমন্ত্ৰী @narendramodi য়ে আজি সংসদ ভৱনত লাল বাহাদুৰ শাস্ত্ৰী জীলৈ পুষ্পাঞ্জলি অৰ্পণ কৰে।”
PM @narendramodi paid floral tributes to Lal Bahadur Shastri Ji at Parliament House today. pic.twitter.com/rxAPoik3N2
— PMO India (@PMOIndia) October 2, 2022