Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে হৃদয়নাথ মংগেশকাৰৰ পৰা পোৱা ধন্যবাদসূচক টুইট স্বীকাৰ কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যাত লতা মংগেশকাৰ চ’কৰ উদ্ঘাটনত প্ৰয়াত লতা মংগেশকাৰৰ ভায়েক হৃদয়নাথ মংগেশকাৰৰ পৰা পোৱা ধন্যবাদসূচক টুইট স্বীকাৰ কৰে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে লতা দিদি আছিল ভগৱান শ্ৰী ৰামৰ এগৰাকী গভীৰ উপাসক আছিল আৰু পৱিত্ৰ নগৰী অযোধ্যাত তেওঁৰ নামত এটা চ’ক থকা উচিত।

হৃদয়নাথ মংগেশকাৰৰ এটা টুইট উল্লেখ কৰি, প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

“লতা দিদি আছিল ভগৱান শ্ৰী ৰামৰ এগৰাকী গভীৰ উপাসক আছিল আৰু পৱিত্ৰ নগৰী অযোধ্যাত তেওঁৰ নামত এটা চ’ক থকা উচিত।”

**********

DS/TS