প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মহালয়া’ উপলক্ষে জনসাধৰণলৈ শুভকামনা জ্ঞাপন কৰিছে।
এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;
“মহালয়া’ত আমি আই দূৰ্গাক প্ৰাৰ্থনা জনাইছোঁ আৰু আমাৰ জনসাধাৰণৰ প্ৰতি তেওঁৰ আশীস কামনা কৰিছোঁ। “সকলোটি যেন সুখী আৰু সুস্থ হৈ থাকে, সৰ্বত্ৰে যেন সমৃদ্ধি আৰু ভ্ৰাতৃত্ববোধে বিৰাজ কৰে।
শুভ মহালয়া”!
***
DS/SH/KB
On Mahalaya, we pray to Maa Durga and seek her divine blessings for our people. May everyone be happy and healthy. May there be prosperity and brotherhood all around.
— Narendra Modi (@narendramodi) September 25, 2022
Shubho Mahalaya!