Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মালয়েছিয়াৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী টুন ডঃ এছ. ছামি ভেল্লুৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মালয়েছিয়াৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী আৰু মালয়েছিয়াৰ প্ৰথম প্ৰবাসী ভাৰতীয় সন্মান বঁটাপ্ৰাপক টুন ডঃ এছ. ছামি ভেল্লুৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে।

এটি টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

“মালয়েছিয়াৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী আৰু মালয়েছিয়াৰ প্ৰথম প্ৰবাসী ভাৰতীয় সন্মান বঁটাপ্ৰাপক টুন ডঃ এছ. ছামি ভেল্লুৰ মৃত্যুত শোকাহত হৈছো। তেওঁৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলো। ঔম শান্তি।”