Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অনুৰ্ধ-২০ বিশ্ব চেম্পিয়নশ্বিপত ১৬ টা পদক জয় কৰা ভাৰতীয় মল্লযুঁজাৰু দলক প্ৰধানমন্ত্ৰীৰ অভিনন্দ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অনুৰ্ধ-২০ বিশ্ব চেম্পিয়নশ্বিপত ১৬ টা পদক (পুৰুষ আৰু মহিলাৰ ফ্ৰীষ্টাইলত ৭টা কৈ আৰু গ্ৰেকো-ৰোমানত ২টাকৈ) পদক জয় কৰাৰ বাবে ভাৰতীয় মল্লযুঁজাৰু দলক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

“আমাৰ মল্লযোদ্ধাসকলে আমাক পুনৰ গৌৰৱান্বিত কৰিলে! অনুৰ্ধ-২০ বিশ্ব চেম্পিয়নশ্বিপত ১৬ টা পদক (পুৰুষ আৰু মহিলাৰ ফ্ৰীষ্টাইলত ৭ টা আৰু গ্ৰেকো-ৰোমানত ২টাকৈ) জয় কৰাৰ বাবে আমাৰ দলটোক অভিনন্দন জনাইছো। এয়া হৈছে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। ইয়েই প্ৰমাণ কৰিছে যে ভাৰতীয় মল্লযুঁজৰ ভৱিষ্যত সুৰক্ষিত হাতত!”

 

***

DS/ST/RD