Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পুৰুষৰ ফ্ৰীষ্টাইল ৯৭ কেজি ৰেষ্টলিঙত ব্ৰঞ্জৰ পদক লাভ কৰা দীপক নেহৰাক শুভেচ্ছা প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্মিংহাম চিডব্লিউজি, ২০২২ ত পুৰুষৰ ফ্ৰীষ্টাইল ৯৭ কেজি ৰেষ্টলিঙত ব্ৰঞ্জৰ পদক লাভৰ বাবে মল্লযুঁজাৰু দীপক নেহৰালৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰে;

“আন এগৰাকী মল্লযুঁজাৰু, ভাৰতৰ বাবে আন এক খ্যাতি! দীপক নেহৰাই চিডব্লিউজি, ২০২২ ত ফ্ৰীষ্টাইল ৰেষ্টলিং ইভেন্টত ব্ৰঞ্জৰ পদক লাভ কৰাত আনন্দিত হৈছো। দীপকে প্ৰশংসনীয় ধৈৰ্য্য আৰু দায়বদ্ধতা প্ৰদৰ্শন কৰিছে। তেওঁৰ অনাগত প্ৰচেষ্টাৰাজিৰ বাবে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলো। #Cheer4India”

 

***

DS/ST/SB