Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অসমৰ বিশিষ্ট লেখক অতুলানন্দ গোস্বামীৰ দেহাৱসানত প্ৰধানমন্ত্ৰীৰ শোক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বিশিষ্ট লেখক শ্ৰী অতুলানন্দ গোস্বামী ডাঙৰীয়াৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰে;

 

“বিশিষ্ট লেখক শ্ৰী অতুলানন্দ গোস্বামীদেৱৰ বিয়োগত মৰ্মাহত হৈছো। তেওঁৰ কৰ্মৰাজিয়ে বিপুল সমাদৰ লাভ কৰিছিল আৰু ইয়াৰ বিবিধতা আৰু সংবেদনশীলতাৰ বাবে প্ৰশংসিত হৈছিল। তেওঁ ইংৰাজীত অসমীয়া সাহিত্যক জনপ্ৰিয়কৰণৰ অৰ্থে বিশেষ প্ৰচেষ্টা গ্ৰহণ কৰিছিল। তেওঁৰ পৰিয়ালবৰ্গ আৰু অনুৰাগীসকললৈ সমবেদনা জ্ঞাপন কৰিছো। ঔম শান্তি।”

*****

DS/TS/SB