Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

খাৰচী পূজাৰ শুভাৰম্ভণিত ৰাইজক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ


খাৰচী পূজাৰ শুভাৰম্ভণিত ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

“খাৰ্চী পূজাৰ শুভাৰম্ভণিত শুভেচ্ছা। চতুৰ্দশ দেৱতাৰ আশীৰ্বাদ সদায় আমাৰ ওপৰত থাকক। সকলোৱে উত্তম স্বাস্থ্য, সফলতা আৰু সমৃদ্ধিৰে আশীৰ্ব্বাদপ্ৰাপ্ত হওঁক।”