প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঈদ-উল-আজহা উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
“ঈদ মুবাৰক! ঈদ-উল-আজহাৰ শুভেচ্ছা জনাইছোঁ। এই উৎসৱে মানৱ জাতিৰ মংগলৰ বাবে সামূহিক কল্যাণ আৰু সমৃদ্ধিৰ মনোভাৱ কঢ়িয়াই নিয়াৰ দিশত কাম কৰিবলৈ আমাক অনুপ্ৰাণিত কৰক।”
***
DS/ST/KG
Eid Mubarak! Greetings on Eid-ul-Adha. May this festival inspire us to work towards furthering the spirit of collective well-being and prosperity for the good of humankind.
— Narendra Modi (@narendramodi) July 10, 2022