“আমি বুদ্ধ আৰু মহাত্মা গান্ধীৰ দেশৰ, যিসকলে আনৰ বাবে জীয়াই থকা মানে কি সেয়া কৰ্মৰে দেখুৱাইছিল”
“প্ৰকৃতিৰ সৈতে সামঞ্জস্য ৰক্ষা কৰি থকাৰ আমাৰ শতিকা পুৰণি নীতি-নিয়মৰ পৰা অনুপ্ৰাণিত হৈ ১৪০ কোটি ভাৰতীয়ই আমাৰ পৃথিৱীখনক পৰিষ্কাৰ আৰু সেউজীয়া কৰি তোলাৰ বাবে সকলো প্ৰচেষ্টা হাতত লৈছে”
My remarks at Rotary International Convention 2022 in Houston. https://t.co/HAmyHK8ywA
— Narendra Modi (@narendramodi) June 5, 2022