প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মালয়েছিয়াৰ প্ৰতিষ্ঠিত আইএনএৰ প্ৰবীণ যুঁজাৰু অঞ্জলাই পনুস্বামীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক টুইটযোগে কয়:
“মালয়েছিয়াৰ সন্মানীয় আইএনএৰ প্ৰবীণ যুঁজাৰু অঞ্জলাই পন্নুস্বামীজীৰ মৃত্যুত দুঃখিত। ভাৰতৰ স্বাধীনতা আন্দোলনত তেওঁৰ সাহস আৰু অনুপ্ৰেৰণাদায়ক ভূমিকা আমি সদায় মনত ৰাখিম। তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। “
***
DS/AK/MANN
Anguished by the passing away of the distinguished INA Veteran from Malaysia Anjalai Ponnusamy Ji. We will always remember her courage and inspiring role in India’s freedom movement. Condolences to her family and friends.
— Narendra Modi (@narendramodi) June 1, 2022