প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বুদ্ধ জয়ন্তীৰ পৱিত্ৰ অনুষ্ঠানৰ সূচীত আজি পুৱা আনুষ্ঠানিক ভ্ৰমণত নেপালৰ লুম্বিনীত উপস্থিত হয়।
লুম্বিনীত তেওঁৰ আগমনত নেপালৰ প্ৰধানমন্ত্ৰী শ্ৰী শ্বেৰ বাহাদুৰ দেউবা, তেওঁৰ পত্নী ডাঃ আৰ্জু ৰাণা দেউবা আৰু নেপাল চৰকাৰৰ কেইবাজনো মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী শ্ৰী মোদীক উষ্ম আদৰণি জনায়।
প্রধানমন্ত্রী হিচাপে শ্ৰী মোদীৰ এয়া পঞ্চম নেপাল আৰু প্ৰথম লুম্বিনী ভ্ৰমণ।
***
DS/ST
I would like to thank PM @SherBDeuba for the warm welcome in Lumbini. pic.twitter.com/9rkmi2297o
— Narendra Modi (@narendramodi) May 16, 2022
लुम्बिनीमा न्यानो स्वागतको लागि प्रधानमन्त्री देउवालाई धन्यवाद दिन चाहन्छु। @SherBDeuba pic.twitter.com/Fr6dXr6Rh7
— Narendra Modi (@narendramodi) May 16, 2022