প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰসিদ্ধ সন্তুৰ বাদক পণ্ডিত শিৱকুমাৰ শৰ্মাৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে।
এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
“পণ্ডিত শিৱকুমাৰ শৰ্মা জীৰ মৃত্যু আমাৰ সাংস্কৃতিক জগতখনৰ বাবে বৃহৎ ক্ষতি। তেওঁ সন্তুৰক বিশ্ব স্তৰত জনপ্ৰিয় কৰি তুলিছিল। তেওঁৰ সংগীতে আগন্তুক প্ৰজন্মসমূহক বিমুগ্ধ কৰি থাকিব। মই তেওঁৰে হোৱা মত-বিনিময়ক সস্নেহে মনত ৰাখিছো। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জনালো। ঔম শান্তি।”
***
DS/ST/SB
Our cultural world is poorer with the demise of Pandit Shivkumar Sharma Ji. He popularised the Santoor at a global level. His music will continue to enthral the coming generations. I fondly remember my interactions with him. Condolences to his family and admirers. Om Shanti.
— Narendra Modi (@narendramodi) May 10, 2022