Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে মাদাগাস্কাৰৰ ৰাষ্ট্ৰপতিক ধন্যবাদ জ্ঞাপন কৰে আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত দ্বীপ ৰাষ্ট্ৰসমূহে সন্মুখীন হোৱা সমস্যাৰ সমাধানৰ ক্ষেত্ৰত চিডিআৰআইৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰ


মিত্ৰজোঁটৰ জৰিয়তে জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগ প্ৰতিৰোধী উদ্যোগৰ প্ৰচাৰৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰণী ভূমিকাক স্বীকৃতি দিয়াৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মাদাগাস্কাৰৰ ৰাষ্ট্ৰপতি এণ্ড্ৰী নিৰিনা ৰাজোলিনাক ধন্যবাদ জ্ঞাপন কৰে।

মাদাগাস্কাৰৰ ৰাষ্ট্ৰপতিয়ে কৰা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;

“ধন্যবাদ ৰাষ্ট্ৰপতি @SE_Rajoelina। চিডিআৰআই-ৰ জৰিয়তে দীৰ্ঘস্থায়ী এক  আন্তঃগাঁথনি গঢ়ি তোলাৰ ক্ষেত্ৰত আমাৰ উদ্যোগৰ মূল লক্ষ্য জলবায়ু পৰিৱৰ্তনৰ ফলত দ্বীপ ৰাষ্ট্ৰসমূহে যি সমস্যাৰ সন্মুখীন হৈছে, তাৰ সমাধান কৰা।”

 

***

DS/ST/KG