Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মাধৱা নৱমী উপলক্ষে শ্ৰী মাধৱাচাৰ্যলৈ প্ৰণাম প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মাধৱা নৱমী উপলক্ষে শ্ৰী মাধৱাচাৰ্যলৈ প্ৰণাম জনাইছে৷ এই উপলক্ষে তেওঁ ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত জগতগুৰু মাধৱাচাৰ্যৰ সাতশ বছৰীয়া উদযাপন অনুষ্ঠানত আগবঢ়োৱা ভাষণ শ্বেয়াৰ কৰে৷

টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “মাধৱা নৱমী উপলক্ষে মই শ্ৰী মাধৱাচাৰ্যৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত জনাইছো৷ তেওঁৰ আধ্যাত্মিক আৰু সামাজিক উন্নয়নৰ বাৰ্তাই প্ৰতিটো প্ৰজন্মক প্ৰেৰণা যোগাই থাকিব৷ শ্ৰী মাধৱাচাৰ্যৰ সন্দৰ্ভত মই আগবঢ়োৱা এক ভাষণ শ্বেয়াৰ কৰিলো৷”

***

DS/ST/DB