Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নৌ সেনা দিৱসত ভাৰতীয় নৌসেনাক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৌ সেনা দিৱস উপলক্ষে ভাৰতীয় নৌসেনাৰ জোৱানসকলক শুভেচ্ছা জ্ঞাপন কৰিছে।

এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

“নৌ সেনা দিৱসৰ শুভেচ্ছা জনালো। ভাৰতীয় নৌ সেনাৰ দৃষ্টান্তমূলক বৰঙণিৰ বাবে আমি গৌৰৱান্বিত। আমাৰ নৌসেনাক স্বকীয় পেছাদাৰিতা আৰু অসামান্য সাহসৰ বাবে বহুলভাৱে সন্মান জনোৱা হয়। প্ৰাকৃতিক দুৰ্য্যোগৰ দৰে সংকটৰ পৰিস্থিতি প্ৰশমনৰ ক্ষেত্ৰত আমাৰ নৌসেনাৰ জোৱানসকলে সদায়েই আগ-ভাগ লৈ আহিছে।”