Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ফ্ৰান্সৰ সশস্ত্ৰ বাহিনী দপ্তৰৰ মন্ত্ৰীক আদৰণি প্ৰধানমন্ত্ৰী

ফ্ৰান্সৰ সশস্ত্ৰ বাহিনী দপ্তৰৰ মন্ত্ৰীক আদৰণি প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ সশস্ত্ৰ বাহিনী দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী ফ্লৰেন্স পাৰ্লীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰেঃ

“ফ্ৰান্সৰ সশস্ত্ৰ বাহিনী দপ্তৰৰ মন্ত্ৰী @florence_parly ক আজি আদৰণি জনাওঁ আৰু দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা, আঞ্চলিক নিৰাপত্তা, ইণ্ডো-পেচিফিক আৰু ইউৰোপিয়ান ইউনিয়ন কাউন্সিলত ফ্ৰান্সৰ আগন্তুক অধ্যক্ষতা সম্পৰ্কে আলোচনা কৰো।

মই আমাৰ কৌশলগত অংশীদাৰিত্ব অধিক গভীৰ কৰাৰ বাবে ভাৰতৰ অংগীকাৰৰ কথা দোহাৰো।”

 

***

DS/SH/SB