Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জন্ম জয়ন্তীত শ্ৰী চি ৰাজাগোপালাচাৰীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জল


জন্ম জয়ন্তীত শ্ৰী চি ৰাজাগোপালাচাৰীলৈ শ্ৰদ্ধাঞ্জলি নিৱেদন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এলানি বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;

“জন্ম জয়ন্তীত শ্ৰী চি ৰাজাগোপালাচাৰীলৈ শ্ৰদ্ধা নিবেদন কৰিছো। স্বাধীনতা সংগ্ৰামলৈ আগবঢ়াই যোৱা অৱদান, প্ৰশাসনীয় আৰু বৌদ্ধিক পাৰদৰ্শিতাৰ বাবে তেখেত স্মৰণীয় হৈ আছে।

ৰাজাজীয়ে গৱৰ্ণৰ জেনেৰেল হিচাপে শপত গ্ৰহণ কৰা আৰু তেখেতলৈ ‘ভাৰতৰত্ন’ প্ৰদান সম্পৰ্কীয় অধিসূচনাৰ কেইটামান মুহূৰ্তৰ দৃশ্য শ্বেয়াৰ কৰিলো।https://t.co/psAnq7i9bo

ৰাজাজী এগৰাকী সৰ্বজন প্ৰশংসিত দেশপ্ৰেমিক আছিল। তেখেতৰ অন্যতম উত্সাহী হিতাকাংক্ষী আছিল চৰ্দাৰ পেটেল।

ৰাজাজীয়ে গৱৰ্ণৰ জেনেৰেল হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ মুহূৰ্তত চৰ্দাৰ পেটেলে লিখা এখনি পত্ৰৰ এটি অংশ ইয়াত উল্লেখ কৰিলো।https://t.co/FN2N2FNAs6

 

***

DS/SH/KB